
তেজপুৰঃ গান্ধী জয়ন্তী উপলক্ষে ২ অক্টোবৰত তেজপুৰৰ বিহগুৰি মৌজাৰ কুৰিটা আত্মসহায়ক গোটে বিহগুৰিৰ বিভিন্ন অঞ্চলত ছাফাই অভিযান চলায়৷
আত্মসহায়ক গোটসমূহে বিহগুৰিৰ বাৰোৱাৰি পূজা সমিতি আৰু গোগা থানৰ চৌহদত চাফাই অভিযান চলাই পৰিস্কাৰ কৰি তোলে৷
গোট সমূহৰ এনে সামাজিক কৰ্মৰ বাবে স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰিছে৷