উজুটি খালে ভাৰতে, বিৰাট-০, ৰোহিতৰ-৮ৰান কৰি আউট

গুৱাহাটীঃ খেল আৰম্ভ হোৱাৰ পিছতে ভাৰতৰ দুই উইকেট পতন হয়৷ ৰোহিত শৰ্মা ৮ ৰান আৰু বিৰাট কোহলিয়ে শূন্য ৰানত পেভেলিয়ানলৈ উভতি আহে৷

অষ্ট্ৰেলিয়াৰ অধিনায়ক ডেভিড ৱাৰ্নাৰে টচত জয়ী হৈ বল কৰাৰ সিন্ধান্ত লৈছিল ছিৰিছৰ দ্বিতীয় খন টি-২০ মেচত৷ গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰত অনুষ্ঠিত হৈছে ছিৰিছৰ দ্বিতীয় খন টি-২০ মেচত