১২৭ বছৰত নগৰবেৰাৰ সমাজকৰ্মীৰ মৃত্যু

প্ৰতিকী ফটো
প্ৰতিকী ফটো

নগৰবেৰাঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ বৃহত্তৰ নগৰবেৰা অঞ্চলৰ বাসিন্দা তথা সমাজকৰ্মী ইব্ৰাহিম আলীআলী(১২৭)ৰ বৃহস্পতিবাৰে নিজ বাসভৱনত মৃত্যু হয়।

নগৰবেৰা অঞ্চলৰ ভিতৰতে বয়োজ্যেষ্ঠ ইব্ৰাহিম আলীয়ে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল৷ তেওঁ চাৰিজন পুত্ৰ, ছগৰাকী জী-জোঁবায়, নাতি-নাতিনীৰ লগতে ভালেমান আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়। আলীৰ মৃত্যুত সমগ্র নগৰবেৰাত শোকৰ ছাঁ পৰে।