লাওখোৱাৰ শিঙিমাৰীত ডকাইতি

নগাঁওঃ নগাঁও জিলাৰ লাওখোৱাৰ শিঙিমাৰীত ডকাইতি কাণ্ড সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

গৌতম নামৰ এল আই চি এজেন্ট এজনক চাৰিচকীযা বাহন ৰখাই গাড়ী লণ্ড-ভণ্ড কৰি ডকাইতে৷ কোনোমতে প্ৰাণ ৰক্ষা গৌতমৰ৷ ডকাইত কেইজনক ৰাইজে ধৰি উত্তম মাধ্যম শোধাই আৰক্ষীক খবৰ দিয়ে৷ এজেন্ট গৌতমৰ আৰক্ষী থানাত এজাহাৰ দাখিল৷