ৰূদ্ৰসাগৰৰ জি জি এছত ভয়াবহ অগ্নিকাণ্ড

গৌৰীসাগৰঃ শুকুৰবাৰে নিশা শিৱসাগৰৰ চহৰৰ সমীপৰ ৰূদ্ৰসাগৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়৷ ৰূপহী পথাৰস্থিত তেল আৰু প্ৰাকৃতিক গ্ৰেছ নিগমৰ ২নং জি জি এছত সংঘটিত অগ্নিকাণ্ডই তীব্ৰ আতংকৰ সৃষ্টি কৰে৷

শিৱসাগৰ চহৰৰ পৰা অহা কেইবা খনো অসম অগ্নিনিৰ্বাপক বাহিনী আৰু অ এন জি চিৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাঢ়ীয়ে অগ্নিকাণ্ড নিয়ন্ত্ৰণলৈ আহে৷