শিৱসাগৰত পাৱাৰটিলাৰ বিতৰণ

বেতবাৰীঃ শুকুৰবাৰে থাউৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে শিৱসাগৰ জিলা কৃষি বিষয়াৰ জৰিয়তে BGREI আঁচনিৰ অধীনত কৃষকক ৰেহাই মূল্যত পাৱাৰটিলাৰ বিতৰণ কৰে ।

কৃষকসকলক ৰেহাই মূল্যত ২৫খন পাৱাৰটিলাৰ বিতৰণ কৰা অনুষ্ঠানটোত উপস্থিত থাকে জিলা কৃষি বিষয়া সকলৰ লগতে বিজেপি কৰ্মী আৰু কৃষকসকল ।