চামগুৰিৰ ভৰাগুৰিৰ বিলপাৰত বন্যহস্তীৰ গচকত মৃত্যু এজনৰ

  • মাঘ বিহুৰ দিনাই চামগুৰিত অঘটন।
  • চামগুৰিৰ ভৰাগুৰিৰ বিলপাৰত বন্যহস্তীৰ গচকত মৃত্যু এজনৰ।
  • নিহত হোৱা লোকজনৰ নামৰ তেম্বা ওৰাং।
  • শৌচ কৰিবলৈ জংঘলত সোমাওতেই লোকজনক আক্ৰমণ চলায় বনৰীয়া হাতীটোৱে।
  • দীৰ্ঘদিন ধৰি অঞ্চলটোত বন্যহস্তীটোৱে চলাই আছিল উপদ্ৰৱ,বন বিভাগৰ বিৰুদ্ধে ক্ষোভ স্থানীয় ৰাইজৰ।