
মঙলদৈঃ ০১ নৱেম্বৰত বন বিভাগে পৰ্যটকৰ বাৱে মুকলি হ’ব ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ১ নৱেম্বৰৰ পৰা দৰ্শনাৰ্থীৰ বাৱে মুকলি কৰাৰ বাবে ইতিমধ্যে বন বিভাগে সাজু হৈছে৷
মঙলদৈ বন সংমণ্ডলে ওৰাং ৰাষ্ট্ৰীয় উদ্যান সাজু কৰি তোলা বুলি জানিবলৈ দিয়ে। বিচিত্ৰ জৈৱ বৈচিত্ৰ্যৰে ভৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিগত বৰ্ষতকৈওঁ অধিক দৰ্শনাৰ্থী আহিব বুলি আশাবাদী ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ।