
JigZone
ভেৰগাঁওঃ বন্যহস্তী পিছত এইবাৰ ভেৰগাঁৱৰ বাদলাপাৰাত মেথোনৰ সন্ত্ৰাসে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে৷ পুৱাৰে পৰা বনাঞ্চলৰ পৰা আহি বাদলাপাৰা চাহ বাগানত মেথোনে প্ৰবেশ কৰাত আতংকিত হৈ পৰিছে বাগানৰ শ্ৰমিক সকল৷
ঘটনা স্থলীত বনবিভাগ আৰু ডিমাকুছি আৰক্ষীৰ লোক উপস্থিত হৈ মেথোন কেইটাক পুনৰ বনাঞ্চললৈ উভটাই পথাবলৈ চেষ্টা চলায়৷