তেজপুৰৰ যুৱ সাংবাদিক প্ৰয়াত অপূৰ্ব জ্যোতি পটংগীয়াৰ প্ৰথম মৃত্যুবাৰ্ষিকী

তেজপুৰঃ ২০১৭ চনৰ ২৮ নৱেম্বৰৰ দিনা তেজপুৰৰ যুৱ ফটো সাংবাদিক অপূৰ্ব জ্যোতি পটংগীয়া পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয়৷

যুৱ সাংবাদিকজনৰ প্ৰথম মৃত্যুবাৰ্ষিকী শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নত পালন কৰা হয়। শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সদস্যসকলে বন্তি প্ৰজ্বলন আৰু নাম-কীৰ্তনৰে যুৱ সাংবাদিকজনক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।