ৰঙাপাৰত সমবায় সমতি নিৰ্বাচনত বিজেপিৰ মুখথেকেচা

newsnextone.com |তেজপুৰঃ মন্ত্ৰী পল্লৱলোচন দাস ৰ ৰঙাপৰা সমষ্টিত অনুষ্ঠিত হোৱা সমবায় সমিতি লিমিটেডৰ নিৰ্বাচনত এইবাৰ বিজেপি দলে মুখথেকেচা খাই কংগ্ৰেছ দলে জয় হবলৈ সক্ষম হয়। উল্লেখ্য যে ৰঙাপৰা সমবায় সমিতি লিমিটেডৰ এই নিৰ্বাচনত মুঠ ১৪ গৰাকী সদস‍্যই ভোটদান কৰে উক্ত ভোটত কংগ্ৰেছ দলে জয়লাভ কৰে।