তেজপুৰঃ তেজপুৰৰ হলেশ্বৰত এক পথ দূৰ্ঘটনা সংঘটিত হয়৷
দ্ৰুতবেগী বাহনৰ খুন্দাত এজন যুৱক থিতাতে নিহত হয়৷
নিহত যুৱকজনৰ এতিয়াও চিনাক্ত হোৱা নাই৷