শিৱসাগৰঃ ছয় জনগোষ্ঠীক জনজাতিক মৰ্যাদা দিব বুলি লোকসভাত গৃহ মন্ত্ৰী ৰাজনাথ সিঙে প্ৰতিশ্ৰুতি দিয়াত ট্ৰাইবেল সংঘই দিয়া বন্ধ প্ৰভাৱ শিৱসাগৰত দেখা নগ’ল।
স্বভাৱিকভাৱে খোলা থাকে ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয়। যান-বাহনৰ চলাচলত কোনো প্ৰভাৱ দেখা নগ’ল।