হাতী যুঁজ-ম'হ যুঁজ নহয়, ৰংঘৰৰ বাকৰিত অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ...

শিৱসাগৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ আছুৰ নেতৃত্বত শিৱসাগৰৰ ৰংঘৰ বাকৰিত একত্ৰিত হয় শ শ প্ৰতিবাদকাৰী আৰু জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে এক বিশাল প্ৰতিবাদীক সমদল উলিয়ায়।