শিৱসাগৰঃ শিৱসাগৰৰ দিখৌৰ বুকুত জাহ গ’ল এগৰাকী কিশোৰী৷
নদীত গা ধুবলৈ আহি প্ৰায় ১২ বছৰীয়া মাজিনী বেগম হঠাৎ পিছলি পৰে।
এজন লোকে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিও বিফল হয়।
আৰক্ষীযে ঘটনা উপস্থিত হৈ SDRF বাহিনী অৱগত কৰে আৰু বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে৷