নগৰবেৰাত শ্বহীদ বেদীৰ আধাৰশিলা স্থাপন

নগৰবেৰাঃ অসম আন্দোলন তথা অসমৰ হকে প্ৰাণ আগুতি দিয়া শ্বহীদৰ স্মৃতিত কামৰূপৰ নগৰবেৰাত স্থাপন হ’ব শ্বহীদ বেদী৷

অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত আত্মবলিদান দিয়া ছহিদ সকলৰ স্মৃতিত কামৰূপ (গ্ৰাম্য) জিলাৰ নগৰবেৰাৰ ছমৰীয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত নিৰ্মাণ হ’বলগীয়া কেন্দ্ৰীয় শ্বহীদ বেদীৰ আধাৰশিলা স্থাপন কৰে সমাজকৰ্মী উদয় শংকৰ মেধিয়ে।

আধাৰশিলা স্থাপন অনুষ্ঠানত বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিভূতি ভূষণ পাণ্ডা, প্ৰাক্তন অধ্যক্ষ দয়ানন্দ দাস, প্ৰাক্তন ছাএ নেতা ৰবিলোচন ঠাকুৰীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক মদন পাঠক, সমাজকৰ্মী আনন্দ দাস পশ্চিম কামৰূপ ছাএ সন্থাৰ সভাপতি এিদীপ কলিতাই৷