
তামুলপুৰঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধীতাৰে তামুলপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তত এবছু, আমছু, হাজং ছাত্ৰ সন্থা, ট্ৰাইবেল সংঘৰ ৰাজপথ অবৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷
বন্ধৰ ফলত দোকান-পোহাৰ, সাপ্তাহিক বজাৰ, যান-বাহনৰ চলাচল বন্ধ৷ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত যদিও সষ্টম হৈ পৰিছে তামুলপুৰ মহকুমা প্ৰশাসন৷