তৰণী আৰিমত্ত ফুটবল ক্লাবৰ প্ৰাইজমানি প্ৰতিযোগিতা

internet
internet

তুলসীবাৰীঃ তৰণী আৰিমত্ত ফুটবল ক্লাবৰ সৌজন্যত স্থানীয় মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা প্ৰাইজমানি প্ৰতিযোগিতাখনৰ আজিৰ খেলখনত ঢোলকুচি সত্য কাম সংঘই অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়৷

আজি অনুষ্ঠিত তৃতীয়খন প্ৰি কোৱাৰ্টাৰ খেলত দলটোৱে প্ৰতিদ্বন্দী নাগ্ৰীজুলী ফুটবল ক্লাবক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰে।