তেজপুৰত তিনি শতাধিক এআইইউডিএফ-অগপ কৰ্মীৰ কংগ্ৰেছত যোগদান

তেজপুৰঃ যি সময়ত কংগ্ৰেছ আৰু এআইইউডিএফৰ গোপন মিত্ৰতাৰ আভিযোগ উঠিছে, সেই সময়তে তিনি শতাধিক অগপ আৰু এআইইউডিএফ দলৰ কৰ্মীয়ে তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী এমজিভিকে ভানুৰ ওচৰত আনুষ্ঠানিকভাৱে যোগদান কৰে।