
তেজপুৰঃ তেজপুৰ কলিয়া ভোমোৰা দলঙৰ মাজমজিয়াত আজি সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা।
AS 12 AC 1837 নম্বৰৰ ট্ৰেভেলাৰ আৰু AS09C 8588 নম্বৰৰ ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষত দুৰ্ঘটনা সংঘটিত হয়।
জানিব পৰা মতে বৰ্তমান ২ লোক নিহত আৰু আন কেইবাজন লোকক আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে।