
ধিংঃ নগাঁও জিলাৰ গড়কাপ্তানী পথৰ ৰজা অালিত এখন চালক বিহীন ট্ৰাকক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ কৌতুহল। ইফালে গাড়ীখনত চাবি লাগি থকাৰ বাবে সৃষ্টি হৈছে ৰহস্যৰো৷
স্থানীয় ৰাইজে বৃহস্পতিবাৰে পুৱাৰে পৰা AS-18A-3252 নম্বৰৰ চালক বিহীন ট্ৰাকখন প্ৰত্যক্ষ কৰি আফক্ষীক খবৰ দিয়ে যদিও ঘটনাস্থলীত আৰক্ষী উপস্থিত নহোৱাত স্থানীয় ৰাইজৰ মনত সন্দেহে ক্ৰিয়া কৰিছে৷