
ডিজিটেল ডেস্কঃ ফেক নিউজৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণৰ হুংকাৰ দি অৱশেষত নিজেই ফেক নিউজ প্ৰচাৰ কৰি ট্ৰল হল দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী৷ কিছু দিন পূৰ্বে ফেক নিউজ প্ৰচাৰ কৰা সাংবাদিকৰ বিৰুদ্ধে তদন্ত কৰাৰ লগতে স্বীকৃতি বাতিল কৰাৰ বাবে অধ্যাদেশ আনিবৰ বাবে সাজু হৈছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশত এই সিদ্ধান্ত বাতিল কৰিব লগা হৈছিল ইৰাণীয়ে৷
Union Ministers Smriti Irani, Jitendra Singh fall for fake news about TN Seshan’s deathhttps://t.co/9dz2hbcK7b
— Alt News (@AltNews) April 8, 2018
কেন্দ্ৰীয় মৃত্যু জীতেন্দ্ৰ প্ৰসাদে এটি ভুৱা খবৰক টুইট কৰে৷ তাৰ পিছতে স্মৃতি ইৰাণীয়ে ওঁম শান্তি লিখি একেটা টুইটকে কৰে৷ টিএন শৌষণ বৰ্তমানেও জীয়াই আছে যদিও পত্নীৰ হে মৃত্যু হয়৷ দুয়োগৰাকী মন্ত্ৰীয়ে লগে লগে টুইট ডিলিট কৰে৷
Arrest @smritiirani for spreading fake & false news against her own rules #FakeNews #JaisiKarniWaisiIrani pic.twitter.com/Hbhf795Na8
— Suryanarayan Ganesh (@gsurya) April 8, 2018
তেতিয়ালৈকে স্কীনশ্বুট লৈ টুইটাৰ ব্যৱহাৰকাৰীয়ে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰ পূৰ্বেও মন্ত্ৰী স্মৃতি ইৰাণীয়ে শ্ৰীনগৰৰ পৰা লেহলৈ ১৫ মিনিটত পোৱাৰ কথা উল্লেখ কৰি টুইট কৰিছিল৷ এইটো ফেক খবৰ আছিল৷
FilmBaaz Smriti Iraani Also falls for fake news... shame on her... @smritiirani pic.twitter.com/JepHlfE0xB
— Abhishek Mishra (@meamabhishek) April 8, 2018
কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ প্ৰসাদে টুইট কৰি দেশৰ নিৰ্বাচন আয়ুক্ত টিএন শৌষণৰ মৃত্যু হোৱা বুলি কয়৷ কিছু দিন পূৰ্বে তেওঁৰ পত্নীৰ মৃত্যু হৈছিল৷ এগৰাকী কেবিনেট আয়ুক্ত আৰু মুখ্য নিৰ্বাচন আয়ুক্ত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ ইতিহাস সৃষ্টি কৰে টিএন শৌষণে৷