ফিল’বাৰীত আলফা কেডাৰৰ মৃতদেহ উদ্ধাৰ

ফিল'বাৰীঃ অৰুণাচলৰ নামচাই জিলাৰ চৌখামৰ সমীপৰ টেৰেং নদীৰ পাৰত আলফা স্বাধীনৰ এগৰাকী কেডাৰৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই অঞ্চলটোত এৗক ৰহস্যৰ সৃষ্টি কৰিছে৷

মৃত কেডাৰ জন ফিল'বাৰীৰ পিঠাগুটি গাঁৱৰ মাইনা মৰাণ ওৰফে প্ৰাৰ্থ প্ৰতীম ওৰফে ময়ূৰ অসমৰ বুলি চিনাক্ত হৈছে।

কি পৰিস্থিতিত আলফা সদস্য গৰাকীৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত৷