
newsnextone.com| ওদালগুৰিঃ ওদালগুৰি জিলাৰ ওৰাং থানাৰ অন্তৰ্গত মাজৰচুবা আৰু দক্ষিণচুবা গাঁৱৰ ক্ৰমে মফিজুদ্দিন (৫২) আৰু মকবুল আলি (৬৫) নামৰ দুজন লোকে ১৬ বছৰীয়া এগৰাকী ছোৱালীক ধৰ্ষণ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে ওৰাং আৰক্ষীয়ে 78/18 নম্বৰ গোচৰ ৰুজু কৰি 376 DA / IPC 34 R/W sec 4 of pocso আইনৰ ৰ অধীনত আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে৷